newsnextone.com | নগাঁওঃ মন্ত্ৰী-বিধায়কে আঁচনিৰ আধাৰশিলা স্থাপন কৰি, উদ্ধোধন কৰি বাঃ বাঃ লবলৈ চেষ্টা কৰে। ৰাইজক প্ৰতিশ্ৰুতি মতে কাম কৰা বুলি কয়। কিন্তু আধালশিলা স্থাপন কৰা তথা উদ্ধোধন কৰা আঁচনিৰ পৰিৱৰ্তী অৱস্থাত কেনে ৰূপ লয় তাৰ দ্বাৰা ৰাইজৰ কল্যাণ হৈছে নে নাই তাৰ খবৰ লবলৈ আহৰি নাথাকে মন্ত্ৰী-বিধায়কৰ।
শেহতীয়াকৈ তেনেই এক পৰিস্থিতিয়ে বিৰাজ কৰিছে বটদ্ৰৱা বিধান সভা সমষ্টিত। যোৱা দুটা বিভিন্ন আঁচনি ৰূপায়ন কৰাৰ চেষ্টা কৰা হৈছে যদিও সেয়া কিমান সফল হৈছে সেয়া চিন্তাৰ বিষয় হৈ পৰিছে।