লিডুঃ কল ইণ্ডিয়াত কৰ্মৰত হাজাৰ হাজাৰ টকা দৰমহা ভোগ কৰা লোকৰ সন্তানৰ বিদ্যালয়ৰ মাচুল বৃদ্ধি নকৰি দৰিদ্ৰ লোকৰ সন্তানৰ মাচুল দুগুণ বৃদ্ধি কৰাত জাঙুৰ খাই উঠিছে অভিভাৱক৷ হাজাৰ হাজাৰ টকা দৰমহা পোৱা লোকসকলে মাথো ১১০০ টকা আৰু মাহেকত ৫ হাজাৰ টকা উপাৰ্জন কৰা দৰিদ্ৰ পৰিয়ালৰ সন্তানৰ ২২০০ টকালৈ বৃদ্ধি কৰে বিদ্যালয়ৰ মাচুল৷
মাচুল হ্ৰাস হ’ব লাগিছিল দৰিদ্ৰ-খাটিখোৱা লোকসকলৰ কিন্তু হাজাৰ হাজাৰ টকা দৰমহা লাভ কৰা লোকৰসকলৰ সন্তানৰ হে মাচুল হ্ৰাস কৰে৷ ফলত এই বৈষম্য কিয় বুলি প্ৰশ্ন উত্থাপন কৰিছে অভিভাৱকে? দেশত এই বৈষম্য থাকিব নালাগে৷