শৈক্ষিক উন্নয়ন! এতিয়াও বস্তা পাৰি বহিব লাগে ছাত্ৰ-ছাত্ৰীয়ে

Home ৰাজ্যশৈক্ষিক উন্নয়ন! এতিয়াও বস্তা পাৰি বহিব লাগে ছাত্ৰ-ছাত্ৰীয়ে

শৈক্ষিক উন্নয়ন! এতিয়াও বস্তা পাৰি বহিব লাগে ছাত্ৰ-ছাত্ৰীয়ে

by News Desk
67 views
A+A-
Reset

ধেমাজিঃ শিক্ষা বিভাগৰ আমূল সংস্কাৰৰ কথা কৈ ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে গুণোৎসৱ পাতি শিক্ষাৰ উৎকৰ্ষ সাধনৰ বাবে খৰচ কৰিছে কোটি কোটি টকা। কিন্তু প্ৰকৃততে কেনেদৰে চলিছে ৰাজ্যৰ শিক্ষা বিভাগ৷ চিলাপথাৰ নগৰৰ নিচেই সমীপৰ চিলাপথাৰ-লিকাবালি পথত থকা ঘাৰমৰা আদৰ্শ সত্ৰ প্ৰাথমিক বিদ্যালয়খনৰ সংকটজনক অৱস্থাতো দেখিলেই হিমন্ত বিশ্ব শৰ্মাৰ যে সৰ্বকালৰ এজন ব্যৰ্থ মন্ত্ৰী সেই কথা স্পষ্ট হ’ব। 

শতাধিক কণ কণ ছাত্ৰ-ছাত্ৰীয়ে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিবলৈ এইখন বিদ্যালয়লৈ দৈনিক অহা যোৱা কৰে। কিন্তু বিদ্যালয়খনৰ অৱস্থা বিদ্যালয় গৃহৰ নামত গোহালি সদৃশ এটা ঘৰহে। বৰষুণ দিলে ভিতৰত থাকিব নোৱাৰি। বহুবছৰীয়া ফটাচিতা টিনবোৰ মামৰে ধৰিছে। ছাত্ৰ-ছাত্ৰী বহিবলৈ নাই বেঞ্চ ডেস্কৰ নূন্যতমো সুবিধা। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0