Home ৰাজ্যকন্যাই পঢ়িব লগা হৈছে দুখনকৈ স্কুলত, পিতৃৰ মনোবাঞ্চা পূৰণৰ বাবে ঢাল কৰিলে কণমানি সন্তানক

কন্যাই পঢ়িব লগা হৈছে দুখনকৈ স্কুলত, পিতৃৰ মনোবাঞ্চা পূৰণৰ বাবে ঢাল কৰিলে কণমানি সন্তানক

by News Desk
61 views
A+A-
Reset

মোৰাঝাৰঃ ৰাজ্যৰ একাংশ বিদ্যালয়ৰ ভিতৰচৰাত ৰাজনীতিয়ে গ্ৰাস কৰি পেলাইছে৷ পৰিচালনা সমিতিৰ সভাপতি, সদস্য হোৱাৰ ৰাজনীতি আৰম্ভ হৈছে ৰাজ্যৰ একাংশ শিক্ষানুষ্ঠানত৷ প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়লৈকে সকলোতে কম বেছি পৰিমানে ৰাজনীতি চলি আহিছে৷ ঠাই বিশেষে প্ৰভাৱ থকা ৰাজনৈতিক দলসমূহে বিদ্যালয় সমূহ নিজৰ দখলত ৰাখিব বিচাৰে৷

ফলত বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ ব্যাহত হয়৷ কণ কণ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ ক্ষতি হয়৷ কিয় প্ৰয়োজন হয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ পদ৷ টকা ঘটিব পাৰি নেকি সভাপতিৰ পদৰ জৰিয়তে৷ সমাজ খনত নিজৰ প্ৰভাৱ খটুৱাবলৈ সভাপতি হ’ব বিচাৰে নেকি একাংশ লোকে৷ কিমান লোভনীয় এখন বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ পদ? এনেবোৰ পশ্ন উত্থাপন হৈ আহিছে ৰাজ্যজুৰি৷ ৰাজ্যত এতিয়া ইমূৰৰ পৰা সিমূৰলৈ বহু বিদ্যালয়ত একাংশ লোকে সভাপতি পদত অধিষ্ঠিত হোৱাৰ বাবে ৰাজনীতি কৰি অহাৰ সময়তে ৰাজ্যৰ এখন বিদ্যালয়ত এগৰাকী লোকে জালিয়তিৰ আশ্ৰয় লৈ সভাপতি হ’ব বিচৰাৰ তথ্য পোহৰলৈ আহিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0