58
নগাঁওঃ নগাঁও জিলাৰ উত্তৰ-পশ্চিমাঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান আলিটাঙনী ওচমানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৰ্তমান অৰাজক পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ অভিযোগ উঠিছে ৷
বিদ্যালয়খনত স্থায়ী অধ্যক্ষ নিযুক্তিক কেন্দ্ৰ কৰিয়েই বিগত প্ৰায় ৮ মাহৰ পৰা চলি আহিছে অচলাৱস্থা৷ যাৰ পৰিণতিত স্বাভাবিকতেই বিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ বিনষ্ট হৈ পৰিছে ৷