74
বাইহাটা চাৰিআলিঃ আৰক্ষী থানাৰ সমীপতে মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কামৰূপৰ চাংসাৰিত৷
জানিব পৰা মতে, একাংশ লোকে বৃহস্পতিবাৰে কামৰূপ জিলাৰ চাংসাৰি থানাৰ সমীপতে এইমচ নিৰ্মাণস্থলীত অচিনাক্ত মৃতদেহ প্ৰত্যক্ষ কৰে৷