58
ডিজিটেল ডেস্কঃ পতঞ্জলিৰে ভাৰতীয় এফএমচিজিৰ বজাৰত বৈদেশিক প্ৰতিষ্ঠানসমুহক তীব্ৰ প্ৰত্যাহ্বান আগবঢ়োৱাৰ পিছত এইবাৰ নতুন প্ৰতিষ্ঠান আৰম্ভ যোগগুৰু ৰামদেৱৰ৷
আজি হৰিদ্বাৰত পৰিক্ৰমা সুৰক্ষা প্ৰাইভেট লিমিটেড নামৰ সুৰক্ষা প্ৰতিষ্ঠান মুকলি কৰিলে ৰামদেৱে৷ মুলত দেশৰ যুৱপ্ৰজন্মৰ মাজত দেশভক্তি ধাৰা সঞ্চাৰণ কৰি প্ৰশিক্ষাৰ্থীসকলৰ শাৰিৰীক আৰু মানসিক বিকাশ কৰাই এই প্ৰতিষ্ঠানৰ লক্ষ্য বুলি উল্লেখ কৰিছে যোগগুৰুৱে৷