51
নাওকাটাঃ অৱশেষত সুৰ সলালে ২০১৬ বৰ্ষত মিছেছ এছিয়া ইন্টাৰনেশ্যনেলৰ খিতাপ জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা সীমা সুবেদীয়ে।
সুন্দৰীগৰাকীয়ে বিতৰ্কিত মন্তব্য প্ৰদান কৰি বিশ্বৰ ভিন্ন প্ৰান্তত সমালোচনাৰ সন্মুখীন হোৱাৰ পিছতে নিজৰ সুৰ সলনি কৰি ক্ষমা খুজিলে নেপাল তথা বিশ্বৰ বিভিন্ন প্ৰান্তত বসবাস কৰা নেপালীবাসীৰ ওচৰত।