ডিজিটেল ডেস্কঃ যোৱা ২২ ফেব্ৰুৱাৰীত চুৰি কৰাৰ সন্দেহত কেৰালাত আদিবাসী জনগোষ্ঠীৰ কাদুকামান্না সম্প্ৰদায়ৰ এজন যুৱকক কেইজনমান লোকে ৰাজহুৱা ভাবে প্ৰহাৰ কৰি হত্যা কৰিছিল৷ এই খবৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছিল৷ সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কাৰ ঘটনাক বহু লোকে গৰিহণা দিছিল৷ বৰ্বৰ ভাৱে কেইগৰাকীমান লোকে আক্ৰমণ কৰাৰ সময়ত চেল্ফি তুলি সেই ফটো ছচিয়েল মিডিয়াড আপলোড কৰিছিল অভিযুক্তসকলে৷
Activist Rahul Easwar confirms that he has received a cheque of Rs 1.5 lakhs sent by Virender Sehwag for the mother of Madhu(a tribal man who was beaten to death in Palakkad earlier this year). Rahul Easwar will hand over the cheque on April 11 pic.twitter.com/a5sGeCHqai