ছিণ্ডিকেট বন্ধৰ চমক, বোকাজান-ধনশিৰিত চাইকেলে দিব লাগে ১০ টকা, ডাঙৰ...

Home ৰাজ্যছিণ্ডিকেট বন্ধৰ চমক, বোকাজান-ধনশিৰিত চাইকেলে দিব লাগে ১০ টকা, ডাঙৰ গাড়ীয়ে দিব লাগে ২০০০ টকা

ছিণ্ডিকেট বন্ধৰ চমক, বোকাজান-ধনশিৰিত চাইকেলে দিব লাগে ১০ টকা, ডাঙৰ গাড়ীয়ে দিব লাগে ২০০০ টকা

by News Desk
70 views
A+A-
Reset

বোকাজানঃ কংগ্ৰেছ চৰকাৰে ১৫ বছৰীয়া শাসন কালত আধাৰশিলাৰ জোৱাৰেৰে চমক সৃষ্টি কৰিছিল৷ কংগ্ৰেছৰ মন্ত্ৰী-বিধায়ক কোনেও যেন পিছ পৰি থকা নাছিল সকলোৱে ইটোৰ-পিছত সিটো আধাৰশিলা স্থাপন কৰিছিল৷ আধাৰশিলাৰে ৰেকৰ্ড গঢ়া চৰকাৰক উফৰাবলৈ কঁকালত টঙালি বান্ধিছিল অগপ, বিজেপি আৰু বিপিএফ দলে৷ গঁড় হত্যা ৰোধ কৰাৰ পৰা আৰম্ভ কৰি, ৰঙা লাইট ব্যৱহাৰ নকৰা, যান জোঁটত সাধাৰণ লোকৰ সৈতে মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়কৰ কনভয় ৰৈ দিয়া, ৰাজহুৱা খণ্ডৰ উদ্যোত পুনৰ কাৰ্যক্ষম কৰা, বাট-পথ নিৰ্মাণ কৰা, গঢ়িবক ঘৰ দিয়া আদি ঘোষণা কৰি চমক সৃষ্টি কৰিছিল৷

ইমানে নহয় সকলোতকৈ বেছি ঢোল বজাইছিল ছিণ্ডিকেট বন্ধ কৰাৰ কথা ঘোষণা কৰি৷ কয়লা, চুপাৰী, ট্ৰাক, পান, শিল-বালি আদিৰ ছিণ্ডিকেট বন্ধ কৰাৰ ঘোষণা কৰি চমকৰ চমকৰ পিছত চমক দিছিল৷ কিন্তু সকলো বিফল হোৱা বুলি অভিযোগ উত্থাপন হয়৷ আজিও চুপাৰী, কয়লা, শিল, বালি, পথৰ ট্ৰাকৰ পৰা অবৈধ ধন সংগ্ৰহ তথা ছিণ্ডিকেট আজিও চলি থকাৰ অভিযোগ উত্থাপন হৈছে৷ চমক সৃষ্টিৰ বাবে চৰকাৰ গঠন কৰিয়ে ঘোষণা কৰাত ব্যস্ত হৈ পৰিছিল বিজেপি চৰকাৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নানা তৰহৰ ঘোষণা কৰিছিল চৰকাৰ খনে৷ কিন্তু দুই বছৰ পাৰ হ’ল যদিও তেনে ঘোষণা সমূহ কাৰ্যকৰী কৰিবলৈ আহৰি নোপোৱা হ’ল ৰাজ্য চৰকাৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0