Home ৰাজ্যকাৰ্বি ভূমিক সুকীয়া ৰাজ্য ঘোষণাৰ দাবীত সৰ্বদলীয় বৈঠক, চলিব সংগ্ৰাম

কাৰ্বি ভূমিক সুকীয়া ৰাজ্য ঘোষণাৰ দাবীত সৰ্বদলীয় বৈঠক, চলিব সংগ্ৰাম

by News Desk
56 views
A+A-
Reset

ডিফুঃ বড়ো জনগোষ্ঠীয়ে সুকীয়া ৰাজ্যৰ দাবীত নেৰা-নেপেৰা আন্দোলন অব্যাহত থকাৰ সময়তে এইবাৰ সুকীয়া ৰাজ্যৰ দাবীত প্ৰতিবাদ কৰিবলৈ সাজু হৈছে কাৰ্বি জনগোষ্ঠী৷ বছৰ বছৰ ধৰি সুকীয়া ৰাজ্যৰ দাবীত সংগ্ৰাম কৰি অহা কাৰ্বি দল-সংগঠনে সুকীয়া ৰাজ্যৰ পোষকতা কৰি কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত মঙলবাৰে ডিফুস্থিত ফাৰ্মাৰ্চ গ্ৰ’থ চেণ্টাৰৰ সভাকক্ষত এখন সৰ্বদলীয়া সভা অনুষ্ঠিত হয়৷

দীৰ্ঘদিনীয়া কাৰ্বিআংলং স্বায়ত্ব শাসিত ৰাজ্যৰ দাবীত প্ৰতিবাদ কৰি অহা সংগঠন কেইটাই সৰ্বদলীয় আলোচনা সভাৰ জৰিয়তে চৰকাৰক শীঘ্ৰে ৰাজ্য দিয়াৰ দাবী জনায়৷ কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি বিজয় বে’ৰ সভাপতিত্বত অনুষ্ঠিত সভাত কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য, কাৰ্য্যবাহী সদস্য, সদস্য, বিধায়ক ক্ৰমে, ছুম ৰংহাঙ, ডঃ মানচিং ৰংপি, জয়ৰাম ইংলেঙ, ডাঃ নোমল মোমিন আৰু সাংসদ বিৰেণ চিং ইংতিৰ উপৰিও কেইবাটাও সামাজিক সংগঠন, তথা ছাত্ৰ সংগঠনৰ বিষয়ববীয়াকে আদি কৰি বহু নেতাই ভাষণ আগবঢ়ায় সুকীয়া ৰাজ্যৰ পোষকতা কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0