Home ৰাজ্যবামুণজুলিত বন্যহস্তীৰ উপদ্ৰৱত একে নিশাই ৭টা পৰিয়ালৰ বাসগৃহ বিধস্ত, গৃহহাৰা এটা পৰিয়াল

বামুণজুলিত বন্যহস্তীৰ উপদ্ৰৱত একে নিশাই ৭টা পৰিয়ালৰ বাসগৃহ বিধস্ত, গৃহহাৰা এটা পৰিয়াল

by News Next One
A+A-
Reset

গোৰেশ্বৰঃ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত অব্যাহত আছে বন‍্যহস্তীৰ উপদ্ৰৱ। ভেৰগাঁও মহকুমাৰ অন্তৰ্গত বামুণজুলি চাহ বাগিচাৰ তান্তী লাইনত ভূটান সীমান্তৰ বৰনদী অভয়াৰণ্য আৰু খালিংদুৱাৰ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নামি অহা শ শ হাতীয়ে বিগত দীৰ্ঘদিন ধৰি চলাই আহিছে উপদ্ৰৱ।

অঞ্চলটোৰ বহু পৰিয়ালৰ বাসগৃহ ধংস কৰাৰ লগতে ভঁৰালৰ ধান, খেতিপথাৰৰ শইচ, কলৰ বাগান আদি বিনষ্ট কৰিছে৷ ইতিমধ্যে গৃহহীন হৈ পৰিছে বহু পৰিয়াল৷ পুৱতি নিশা প্ৰায় ৩০-৪০ জনীয়া হাতীৰ জাক এটাৰ পৰা ফালৰি কাটি অহা দুটা বন্যহস্তীয়ে বামুণজুলি তান্তী লাইনৰ লগতে অঞ্চলটোৰ গাঁৱত প্ৰবেশ কৰি মঞ্জু ভুৱৰ, অনিমা ভুৱৰ, অজিৎ তান্তী, শুকৰাম ভুৱ, বুধুৱা মুণ্ডা, সাংগৰাম গৌড়ৰ লগত মুঠ সাতটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণ বিধ্বস্ত কৰি বিস্তৰ ক্ষতি কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0