Home ৰাজ্যচৰকাৰে শিক্ষাক বাণিজ্যিকৰণৰ স্বাৰ্থত বিলুপ্ত কৰিব খুজিছে ইউজিচিকঃSFI

চৰকাৰে শিক্ষাক বাণিজ্যিকৰণৰ স্বাৰ্থত বিলুপ্ত কৰিব খুজিছে ইউজিচিকঃSFI

by News Desk
108 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰৰ বিশ্ববিদ্যালয় অনুদান আয়োগক বিলোপ ঘটাব খোজা কাৰ্যক বিৰোধিতা কৰিছে ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে৷ ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে চৰকাৰে প্ৰস্তাৱিত ভাৰতৰ উচ্চ শিক্ষা আয়োগ আইন-২০১৮ৰ জৰিয়তে বিশ্ববিদ্যালয় অনুদান আয়োগৰ বিলোপ সাধন কৰিব খোজা পদক্ষেপক তীব্ৰ বিৰোধিতা কৰে। ভাৰতৰ ছাত্ৰ ফেডাৰেচনে প্ৰস্তাৱিত আইন খন কেন্দ্ৰীয় চৰকাৰৰ প্ৰচলিত উচ্চ শিক্ষাৰ গাঁথনি পৰিৱৰ্তন কৰি চৰকাৰী দায়িত্ব লাঘৱ কৰিব খোজাৰ প্ৰয়াস কৰিছে বুলি কয়। এই খচৰা বিধেয়কখন ঘোষণা কৰাৰ ১০ দিনৰ ভিতৰতে মতামত বিচৰা কাৰ্যই চৰকাৰৰ উদ্দেশ্যকো প্ৰতিফলিত কৰে বুলি কয় সংগঠনটোৱে। 

আনহাতে গুৰুতৰ অভিযোগ উত্থাপন কৰি ইউজিচিৰ বিলোপ সাধন কৰাৰ প্ৰয়োজনীয়তা কিয় আহিল সেই সম্পৰ্কে চৰকাৰৰ কোনো সঠিক ব্যাখ্যা নাই বুলি কয়। বৰ্তমানৰ চৰকাৰে ইয়াৰ পূৰ্বেও এইচইইআৰএ নামৰ উচ্চ শিক্ষা সম্পৰ্কীয় সমিতিৰ জৰিয়তে ইউজিচি আৰু এআইচিটিইৰ বিলোপ সাধন কৰাৰ চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপন কৰি এনে সিদ্ধান্তৰ বিৰুদ্ধে বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ সেই সময়ত সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈ পুনৰ তেনে এক প্ৰস্তাৱ আগবঢ়াইছে বুলি কয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0