57
লিডুঃ নিখিল ভাৰত যুৱ ফেডাৰেছনৰ লিডু আঞ্চলিক সমিতিৰ এখন সাধাৰণ সভা বুধবাৰে স্থানীয় কলপাৰা আদৰ্শ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়।
সমাজকৰ্মী অমূল্য কুমাৰ বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত সংগঠনটোৰ ৰাজ্যিক সম্পাদক অজয় বৰা, ৰাণাজ্যোতি নেওগ উপস্থিত থাকে৷