56
সৰভোগঃ এছএফআইৰ অসম ৰাজ্যিক সমিটিয়ে প্ৰতি বৰ্ষত দুবাৰকৈ নেট National Eligibility Test পৰীক্ষা অনুষ্ঠিত কৰাৰ নিয়ম বাহাল ৰখাৰ দাবীত আজি প্ৰতিবাদ সাব্যস্ত কৰে৷
কটন বিশ্ববিদ্যালয়ৰ সমীপত প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰি ছাত্ৰ সংগঠনটোৱে জুলাই মাহত অনুষ্ঠিত হব লগা নেট পৰীক্ষা বিশ্ববিদ্যালয় অনুদান আয়োগে ১৯ নৱেম্বৰত অনুষ্ঠিত কৰিব যদিও ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব লগা নেট পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰে৷