76
সৰভোগঃ ভাৰতৰ ছাত্ৰ ফেডাৰেছন চমুকৈ এছ এফ আইৰ অসম ৰাজ্যিক সমিতিৰ অভিৱৰ্তন অহা ১৮-২০ আগষ্টত গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’ব৷ সংগঠনটোৰ ৰাজ্যিক সমিতিয়ে আজি এই কথা প্ৰকাশ কৰে৷ ৰাজ্যিক অভিবৰ্তনত নাৰীৰ সমস্যাৰ ওপৰত গুৰুত্ব দি আলোচনা কৰা হ’ব বুলি জানিবলৈ দিয়ে ৰাজ্যিক নেতৃত্বই৷
ছানিয়া নিৰ্জা, ছাইনা নেহৱাল, লক্ষী ওৰাং, আইদেউ সন্দিকৈ, কনকলতাৰ দেশত নাৰীয়ে মৰ্যদা পাব লাগিব বুলি বেটি বচাও বেটি পঢ়াও শ্লগান আওৰাব সংগঠনটোৱে৷