Home ৰাজ্যড০ দয়ানন্দ পাঠকলৈ চম্পাৱতী বঁটা

ড০ দয়ানন্দ পাঠকলৈ চম্পাৱতী বঁটা

by News Desk
49 views
A+A-
Reset

নগাঁওঃ জি আই টিয়ে এইবেলি চম্পাৱতী বঁটা প্ৰদান কৰিব বিশিষ্ট গৱেষক, পণ্ডিত, সাহিত্যিক ড০ দয়ানন্দ পাঠকক৷ তৰুণ চন্দ্ৰ গোস্বামী চম্পাৱতী বঁটা প্ৰতিবছৰে নগাঁৱৰ ঐতিহ্যমণ্ডিত সত্ৰানুষ্ঠান ফুলবাৰী সত্ৰই পৰিচালনা কৰা অভিযান্ত্ৰিক শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান জি আই টিয়ে প্ৰদান কৰি আহিছে৷

ফুলবাৰী সত্ৰৰ সহযোগত বিগত সাতটা বছৰে এই বঁটা প্ৰদান কৰি আহিছে এই বঁটা৷ ইতিমধ্যে নিৰ্বাচক মণ্ডলীয়ে ড০ দয়ানন্দ পাঠকৰ নাম এক সভাৰ জৰিয়তে এই বঁটাৰ বাবে আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ অহা ১২ ছেপ্টেম্বৰত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ড০ পাঠকক আনুষ্ঠানিকভাৱে এই বঁটাৰে সন্মানিত কৰা হ’ব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0