Home দেশট্ৰাম্পৰ নীতিত ভাঙি চূৰমাৰ বিশ্বৰ শ্বেয়াৰ বজাৰ! আদানি-আম্বানিও অসহায়

ট্ৰাম্পৰ নীতিত ভাঙি চূৰমাৰ বিশ্বৰ শ্বেয়াৰ বজাৰ! আদানি-আম্বানিও অসহায়

by News Desk
A+A-
Reset
trump share

নতুন দিল্লীঃ শুল্ক নীতিক অস্ত্ৰ কৰি কাৰ্যতঃ সমগ্ৰ বিশ্ব অৰ্থনীতিক অস্থিৰতালৈ ঠেলি দিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ২ এপ্ৰিলত তেওঁৰ এই ঘোষণাৰ পিছত সোমবাৰে পুৱাৰে পৰা এছিয়াৰ বিভিন্ন শ্বেয়াৰ বজাৰত ৰক্তক্ষয় আৰম্ভ হয়। জাপান, দক্ষিণ কোৰিয়া, চীন, অষ্ট্ৰেলিয়া, নিউজিলেণ্ডৰ দৰে দেশৰ ষ্টক সূচকাংকসমূহ হ্ৰাসৰ জোৱাৰে উটুৱাই লৈ যায়।

আতংক ইমানেই বৃদ্ধি পায় যে বহু দেশে চাৰ্কিট ব্ৰেকাৰ সক্ৰিয় কৰি সাময়িকভাৱে লেনদেন বন্ধ কৰিবলগীয়া হ’ল। এনে পৰিপ্ৰেক্ষিততে আজিৰ দিনটোক ১৯৮৭ৰ ‘ক’লা সোমবাৰ’ৰ পুনৰাবৃত্তি বুলি অভিহিত কৰিছে। বহু কোম্পানীৰ শ্বেয়াৰৰ মূল্যও একে হাৰত হ্ৰাস পাইছে, সমগ্ৰ বিশ্বতে ইয়াৰ পতন ঘটিছে। বিশ্লেষকসকলৰ মতে ট্ৰাম্পে হঠাতে শুল্ক ঘোষণা কৰাৰ পিছত বজাৰত যি অস্থিৰতা দেখা গৈছে সেয়া ভয়ংকৰ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0