Home ৰাজ্যনলবাৰীৰ চড়াবড়িত শ্যামা পূজা

নলবাৰীৰ চড়াবড়িত শ্যামা পূজা

by News Desk
46 views
A+A-
Reset

নলবাৰীঃ নলবাৰী জিলাৰ এতিহ্যমণ্ডিত চড়াবড়ি কালি মন্দিৰত অহা ১৯-২১ অক্টোবৰত তিনিদিনীয়া কাৰ্যসূচীৰে কালি পূজা অনুষ্ঠিত হ’ব৷ ১৯ অক্টোবৰত পুৱা ৭বজাত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হ’ব পূজাৰ কাৰ্যসূচীৰ৷

পুৱা ৮ বজাত বৃক্ষ ৰোপন, ৯ বজাত নাম প্ৰসংগ, সন্ধিয়া ৬ বজাত প্ৰতিমা স্থাপন, ৭.৩০ বজাৰ পৰা ঢুলীয়া আৰু ওজাপালি প্ৰদৰ্শন, নিশা ১১ বজাত আৰতি, ২ বজাত বলি-উচৰ্গা, পুষ্পাঞ্জলী আৰু প্ৰসাদ বিতৰণ কৰা হ’ব৷ ২০ অক্টোবৰত পুৱা ৪-১০ বজালৈ ঘাই পথেৰে পাৰ হৈ যোৱা যান-বাহনৰ যাত্রীসকলৰ মাজত প্ৰসাদ বিতৰন কৰা হব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0