newsnextone.com | ডিজিটেল ডেস্কঃ বিহাৰৰ মোজাফ্ফৰনগৰৰ বালিকা গৃহ ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সাজু হৈছে বিহাৰৰ বিৰোধী দল আৰজেডিয়ে। বৰ্তমানৰ আৰজেডি নেতা তথা লালু প্ৰসাদ যাদবৰ পুত্ৰ তেজস্বী যাদৱে শনিবাৰে দিল্লীত যন্তৰ-মন্তৰত প্ৰতিবাদ কৰিবলৈ সাজু হৈছে। দেশৰ সকলো বিৰোধী দলক এই কাণ্ডৰ বিৰুদ্ধে কৰিবলগীয়া প্ৰতিবাদত চামিল হ’বলৈ আহ্বান জনাইছে তেজস্বীয়ে। তেজস্বীয়ে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, টিডিপি, সমাজবাদী, বহুজন সমাজবাদী পাৰ্টি আদি দলক প্ৰতিবাদত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
Leaders from many parties will be a part of our protest tomorrow at Jantar Mantar in New Delhi. Rahul Gandhi Ji has also confirmed his presence: Tejashwi Yadav (RJD) #Muzaffarpur shelter home case pic.twitter.com/TAhDpmBtVm