53
ডিজিটেল ডেস্কঃ সততে নেতাৰ গালৈ জোতা দলিওৱা দেখা যায় যদিও এইবাৰ সাংবাদিকৰ গালৈহে জোতা দলিওৱাৰ প্ৰস্তাৱ দিছে এগৰাকী মন্ত্ৰীয়ে।
দেৱেন্দ্ৰ ফাৰনাভিচৰ নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰৰ প্ৰতাপী মন্ত্ৰী এগৰাকীয়ে সংবাদিকক জোতা মাৰিব লাগে বুলি কৈ বিতৰ্কত সোমাই পৰিছে।