Home ৰাজনীতিহোজাই বিজেপিত বিভাজন, বিধায়ক শিলাদিত্যক জাননী

হোজাই বিজেপিত বিভাজন, বিধায়ক শিলাদিত্যক জাননী

by webmaster
0 comments
4254b9c6-7067-450f-b548-b75cb7b117d1

হোজাইঃ ক্ষমতাৰ বাবে নিজ দলৰ মাজত বিভাজন আনি অতি নাটকীয়ভাৱে হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে দল বিৰোধী কাৰ্যৰে গাদীচ্যুত কৰে পৌৰনেত্ৰী আৰু উপ পৌৰপতিক। বিগত পৌৰ নিৰ্বাচনত সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে বিজেপিয়ে দখল কৰা হোজাই পৌৰসভাত সৰ্বসন্মতি ক্ৰমে পৌৰনেত্ৰী হিচাপে চতুৰ্থী ৰাণী বিশ্বাস আৰু দিলীপ পালক উপ পৌৰপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল।

সৰ্বমুঠ ১৯টা ৱাৰ্ডেৰে গঠিত হোজাই পৌৰ সভাত বিজেপিয়ে ১৩ খন,কংগ্ৰেছে ৩ খন, এ আই ইউ ডি এফ দলে এখন আৰু নিৰ্দলীয়ই দুখন আসনত নিৰ্বাচিত  হৈছিল৷ একক সংখ্যাগৰিষ্ঠতাৰে হোজাইৰ পৌৰসভাখন বিজেপিৰ নেতৃত্বত গঠন হৈছিল৷ লক্ষণীয়ভাৱে সংখ্যাগৰিষ্ঠতাৰে বিজেপিয়ে দখল কৰা পৌৰসভাখনত পৌৰনেত্ৰী আৰু উপ-পৌৰপতিয়ে মিলি সম্পূৰ্ণ স্বৈৰাচাৰিতাৰে পৌৰসভাখন পৰিচালনাৰ অভিযোগ তুলি বিজেপিৰ নিৰ্বাচিত ৫গৰাকী ৱাৰ্ড সদস্যই অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে। সেই সদস্যসকল হৈছে ক্ৰমে মমতা দে, সমীৰ সৰকাৰ, দুলাল দাস, সবিতা দাস আৰু অষ্টমী ক’ৰ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0