72
জম্মুঃ দেশৰ দীৰ্ঘতম সুৰংগ পথটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰধানমন্ত্ৰী মোডীয়ে৷ ৯.২৮ কিঃমিঃ দৈৰ্ঘ্যৰ এই চেনানি-নাছৰি সুৰংগ পথে জন্মু আৰু কাশ্মীৰৰ মাজৰ দূৰত্ব হ্ৰাস কৰিছে৷
প্ৰায় ২ ঘন্টাতে এখন ঠাইৰ পৰা আনখনলৈ যাব পাৰিব এই সুৰংগ পথেৰে যাত্ৰা কৰা যাত্ৰীসকলে৷ তদুপৰি প্ৰতিদিনে প্ৰায় ২৭ লাখ টকাৰ পেট্ৰলো ৰাহি হ’ব৷