ডিজিটেল ডেস্কঃ জেট বিমান ডুবাইৰ পৰা মুম্বাই অভিমুখে নিশা ৯-৩০ বজাত উৰা মাৰিব শ্ৰীদেৱীৰ নশ্বৰ দেহ লৈ৷ আশা কৰে মতে পুৱাই ৩ বজাত মুম্বাই আহি পাব৷ সোমবাৰে পুৱা ৭-১০ বজালৈকে শ্ৰদ্ধাঞ্জলি যাচিব বহু লোকে৷ তাৰ পিছত পাৰ্লিৰ পৱনহংস শ্মশানত দিনৰ এক বজাত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব৷
অভিনেত্ৰী দিব্য দত্তই কয় ‘‘তেও বিশেষ আছিল৷ তেওঁ বিস্ময়কৰ অভিনেত্ৰী, চুপাৰষ্টাৰ আছিল৷ তেও ৰোল মডেল আছিল৷ মই তেওৰ পৰিয়ালক সমৱেদনা জ্ঞাপন কৰিছো৷ এয়া বহুত ডাঙৰ ক্ষতি৷ ভগৱানে তেওঁৰ আত্মাক শান্তি দিয়ক৷