বে-চৰকাৰী সন্থাৰ হাতলৈ যাব মধ্যাহ্ন ভোজন আঁচনি, শিৱসাগৰত উত্তাল প্ৰতিবাদ

Home ৰাজ্যবে-চৰকাৰী সন্থাৰ হাতলৈ যাব মধ্যাহ্ন ভোজন আঁচনি, শিৱসাগৰত উত্তাল প্ৰতিবাদ

বে-চৰকাৰী সন্থাৰ হাতলৈ যাব মধ্যাহ্ন ভোজন আঁচনি, শিৱসাগৰত উত্তাল প্ৰতিবাদ

by News Desk
99 views
A+A-
Reset

শিৱসাগৰঃপূৰ্বৰ কংগ্ৰেছ চৰকাৰে শিশুক চৰকাৰী বিদ্যালয়লৈ আহিবৰ বাবে আকৰ্ষিত কৰাৰ স্বাৰ্থত আৰম্ভ কৰিছিল মধ্যাহ্ন ভোজন আঁচনি৷ কিন্তু এই আচঁনিখন পিছৰ পৰ্যায়ত চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। ফলত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে আঁচনি খনৰ অধিনৰ ৰান্ধনীসকলে।

মধ্যাহ্ন ভোজন আচঁনি সন্থাই কৰ্মী-সহায়িকাৰ দৰমহা বৃদ্ধি আৰু চাকৰি নিয়মিয়া কৰাৰ দাবীত প্ৰতিবাদ কৰি আহিছে৷ তাৰে মাজতে অসম চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিখন অক্ষয় পাত্ৰ ফাউণ্ডেছন নামৰ এটা বে-চৰকাৰী সন্থাৰ হাতত গতাবলৈ যোজা চলোৱাত তীব্ৰ বিৰোধিতা কৰে সদৌ অসম মধ্যাহ্ন ভোজন সমিতিৰ শিৱসাগৰ জিলা সমিতিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0