Home দেশমুছলিম লীগৰ সৈতে কি সম্পৰ্ক আছিল BJPক জন্ম দিয়া এইজন নেতাৰ?

মুছলিম লীগৰ সৈতে কি সম্পৰ্ক আছিল BJPক জন্ম দিয়া এইজন নেতাৰ?

by News Desk
A+A-
Reset
bjp-muslim-leader

বিশেষ প্ৰতিবেদনঃ শ্বাহনৱাজ, মুখতাৰ আব্বাছ নকভি, নাজমা হেপাতুল্লা, এমজে আকবৰ। অসমৰ কথা ক’লে নাম ল’ব লাগিব মুমিনুল আৱালৰ। এইসকল হৈছে বিজেপিৰ মুছলমান নেতা। কিন্তু আপুনি জানেনে বিজেপিৰ প্ৰথমজন মুছলমান নেতা কোন আছিল?

বিজেপিৰ প্ৰথমগৰাকী মুছলমান নেতা হৈছে পদ্মভূষণ ছিকন্দৰ বখত। এসময়ত তেওঁ আছিল কংগ্ৰেছ নেতা। ছিকন্দৰ কেইদিনমানৰ বাবে ভাৰতৰ বিদেশ মন্ত্ৰীৰ দায়িত্বতো আছিল। কাৰ্যকালৰ মাজতে মৃত্যুক আকোৱালি লোৱা প্ৰথমগৰাকী ৰাজ্যপাল কোন বুলি প্ৰশ্ন কৰিলেও উত্তৰত ক’ব লাগিব ছিকন্দৰৰ নাম। ছিকন্দৰ হৈছে সেইগৰাকী মুছলমান নেতা যাক বিজেপিয়ে জন্মলগ্নৰ নেতা বা প্ৰতিষ্ঠাপকসকলৰ মাজৰ এজন হিচাপে আখ্যা দি আহিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0