95
লণ্ডনঃ প্ৰথম বিশ্ব যুদ্ধত অংশগ্ৰহণকাৰী ভাৰতীয় সৈন্যৰ স্মৰণত দেওবাৰে ব্ৰিটেইনত উন্মোচন কৰা হৈছিল এটা শিখ সৈনিকৰ ১০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি। কিন্তু পৰিতাপৰ কথা, মূৰ্তিটো উন্মোচনৰ কেইঘণ্টামানৰ পাছতেই ইয়াক লণ্ড-ভণ্ড কৰা হয়।
