59
চিলাপথাৰঃ চিলাপথাৰৰ মাজমজিয়াত সোমবাৰে সংঘটিত হয় এক বিধংসী অগ্নিকাণ্ডৰ ঘটনা।
ৰাইজে বিয়লি প্ৰায় ৬ বজাত বজাৰ সমাৰ কৰি অহাৰ অৱস্থাতে হোৱা-দুৱা লাগে। দৈনিক বজাৰৰ সংলগ্ন ৰাকেশ সিঙৰ বিশালকায় গুডামঘৰৰপৰা আৰম্ভ হয় অগ্নিকাণ্ড।