84
খাৰুপেটীয়াঃ আজি শিল্পী দিৱস।ৰূপকোঁৱৰ জ্যোতি প্ৰসাদৰ আগৰৱালাৰ আজি মৃত্যু তিথি উপলক্ষে জিলাখনৰ বিভিন্ন ঠাইৰ লগতে খাৰুপেটীয়া, দলগাঁও আদি অঞ্চলত শিল্পী গৰাকীৰ শোৱৰণত সভাৰ আয়োজন কৰা হয়। খাৰুপেটীয়া দৰং জাতীয় বিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে জোতিপ্ৰসাদ আগৰৱালাৰ কলা সংস্কৃতিৰ জীৱনীমূলক বিষয় বস্তুৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ, কবিতা আবৃত্তি আদি প্ৰতযোগীতাৰ আয়োজন কৰা হয়।