66
শিমলুগুৰিঃ প্ৰাক্তন আলফাই কপালে শিমলুগুৰি৷ নগাঁও কাণ্ডৰ বিৰুদ্ধে শ শ প্ৰাক্তন আলফা ওলাই আহিল শিৱসাগৰৰ শিমলুগুৰি৷
নগাঁও জিলাত অনা-অসমীয়া ব্যবসায়ীয়ে থলুৱা যুৱকক কৰা আক্ৰমণৰ প্ৰতিবাদত প্ৰাক্তন আলফা সমন্বয় ৰক্ষী সমিতিৰ নাজিৰাৰ মহকুমা সমিতিৰ উদ্যোগত আৰু আছু, টাইপা, যুৱ-ছাত্ৰ পৰিষদ, সংগ্ৰামী যুৱ মঞ্চ, আহোম গণ মঞ্চ, পিপলছ ফৰাম আদি সংগঠনৰ সহযোগত প্ৰায় ৫ শতাধিক লোকে জোৰঁ লৈ সমদল উলিয়ায় উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷