দূধৰ্ষ ১১ চিমি সন্ত্ৰাসবাদীক যাৱজ্জীৱন কাৰাদণ্ড

Home দেশদূধৰ্ষ ১১ চিমি সন্ত্ৰাসবাদীক যাৱজ্জীৱন কাৰাদণ্ড

দূধৰ্ষ ১১ চিমি সন্ত্ৰাসবাদীক যাৱজ্জীৱন কাৰাদণ্ড

by News Desk
67 views
A+A-
Reset

ইন্দোৰঃ সন্ত্ৰাদবাদী কাৰ্যকলাপৰ অপৰাধত ষ্টুডেণ্ট ইছলামিক মুভমেণ্ট অব ইণ্ডিয়া চমুকৈ চিমিৰ ১১ জনকৈ সদস্যক আজীৱন কাৰাদণ্ড বিহে কেন্দ্ৰীয় অনুসন্ধান আয়োগৰ এখন বিশেষ আদালতে। চিবিআইৰ বিশেষ বিচাৰপীঠে এই শুনানি ঘোষণা কৰে। চিমিৰ প্ৰাক্তন মুৰব্বী ছাফদাৰ নাগৰী, তেওঁৰ ভাতৃ কামৰুদ্দিন নাগৰীসহ ৯ জনক এই শাস্তি প্ৰদান কৰা হয়৷

২০০৮ৰ ২৬ মাৰ্চত ইন্দোৰৰ এটা ফ্লেটৰপৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দূধৰ্ষ সন্ত্ৰাসবাদীকেইজনক৷ আৰক্ষীয়ে অপৰাধীকেইজনৰ পৰা মাৰাণাস্ত্ৰ, বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছিল৷ উক্ত ফ্লেটটোত সংগঠনটোৰ সদস্যসকলক প্ৰশিক্ষণ দিয়াৰ অভিযোগো উত্থাপন হৈছিল৷ সদস্যসকলক প্ৰশিক্ষণ দিয়াৰ অভিযোগত শ্বাহজাদ আৰশ নফেশ্বৰ নামৰ ২জন লিংকমেনকো আটক কৰা হয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0