61
শিৱসাগৰঃ ১২ ঘন্টীয়া শিৱসাগৰ জিলাৰ বন্ধৰ আহ্বান জনাইছে কেইবাটাও জাতীয় সংগঠনে৷
১১ চেপ্তম্বৰৰ পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া বন্ধৰ আহ্বান জনাইছে সদৌ তাই আহোম ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, টাইপা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, আমছু, আক্ৰাছু, উজনি অসম মুছলিম কল্যাণ পৰিষদ, চুতীয়া ছাত্ৰ সন্থা, কৈৱৰ্ত্ত ছাত্ৰ সন্থা, কলিতা ছাত্ৰ সন্থা, অনুসূচীত জাতি ছাত্ৰ সন্থাই৷