60
শিৱসাগৰঃ শিৱসাগৰ জিলাৰ জয়সাগৰস্থিত ঐতিহাসিক শিৱসাগৰ মহাবিদ্যালয়ত আৰম্ভ হ’ব স্নাতকোত্তৰ পাঠ্যক্ৰম৷
বিগত বৰ্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত ইংৰাজী বিষয়ত স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ কৰাৰ পাছত শিৱসাগৰ মহাবিদ্যালয়ত চলিত বৰ্ষৰ পৰা পদাৰ্থ বিজ্ঞান বিভাগৰো আৰম্ভণি হ’ব।