শিৱসাগৰঃ জাতিধ্বংসী অসমীয়াৰ হৈ আন্দোলন কৰা শিৱসাগৰত জুই লৈ হাতত ৰাজপথত ওলাই আহিল সদৌ অসম উন্নয়ন পৰিষদ, অসম ছাত্ৰ যুৱ সন্মিলন আৰু বহুতো সংগঠন। ডঃ হীৰেণ গোহাঁই সমৰ্থন কৰিবলৈ হাতে হাতে জুই লৈ ৰাজপথতলৈ ওলাই আহি বি জে পিক মুর্দাবাদ ধৰ্ণা দি সংগঠনকেইটাই প্ৰতিবাদ সাবস্ত্য কৰে।
ডঃ হীৰেণ গোহাঁই অসমীয়া তথা ইংৰাজী সাহিত্যৰ এজন প্ৰতিস্থিত সাহিত্যিক, সমালোচক, সাংবাদিক, শিক্ষাবিদ আৰু শিক্ষক৷ উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদৰ সন্দৰ্ভত অনুষ্ঠিত কৰা এখন সভাত এই বিষয়ত মন্তব্য কৰে ডঃ হীৰেণ গোহাঁইয়ে৷