46
newsnextone.com | দিখৌমুখঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শিৱসাগৰ জিলাৰ দিখৌমুখ জনজাতি হাইস্কুল খেলপথাৰত শনিবাৰে ৮৫৫গৰাকী শ্বহীদক সোঁৱৰি ৰাইজে বন্তি প্ৰজ্বলন কৰে৷
শিৱসাগৰ জিলাৰ দিখৌমুখ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত শিৱসাগৰ জিলাৰ পশ্চিম প্রান্তৰ তেলিয়াডোংগা পুখুৰীপাৰত বহু লোক সমবেত হৈ শ্বহীদক স্মৰণ কৰি কেতিয়াও অসমত বিদেশীক সংস্থাপন কৰিব নিদিয়াৰ সংকল্প লয়৷