66
newsnextone.com | শিৱসাগৰঃ শিৱসাগৰ জিলাৰ দিছিয়ালত একেটা পৰিয়ালৰ ৫ সদস্যৰ সলিল সমাধি ঘটা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷
জানিব পৰা মতে, হৰেন বৰা, পত্নী ফুনো বৰা আৰু দুই জিয়াৰী আৰু শাহুৰ সৈতে এখন চুইফট ডিজায়াৰ বাহনেৰে ৰঘুবাৰীত থকা আত্মীয়ৰ ঘৰলৈ গৈ থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই দিখৌ নৈৰ মথাউৰিৰ পৰা বাগৰি দিখৌ নৈত পৰে৷ ফলত বাহনখনত থকা পৰিয়ালৰ ৫ সদস্যই কৰুণ মৃত্যুক সাৱটি লয়৷