61
কলিয়াবৰঃ নগাঁও জিলাৰ জখলাবন্ধা আৰক্ষীৰ অভিযানত ধৰা পৰিল ৬জনকৈ চোৰাং চিকাৰী৷ জখলাবন্ধা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেবেন বৰাৰ নেতৃত্বত চলা অভিযানত জখলাবন্ধা টাউনতে আটক কৰিবলৈ সক্ষম হয় চোৰাং চিকাৰীকেইটাক৷
ধৃত চোৰাং চিকাৰীকেইটা হৈছে তেজপুৰৰ ইব্ৰাহিম আলি, আলি আব্দুল হক, আইনুল আলি, ৰূপহীৰ আব্দুল ছাত্তাৰ, কুঠৰীৰ আখতাৰ আলী আৰু বান্দৰডুবিৰ ৰেকট আলী।