Home ৰাজ্যছয় জনগোষ্ঠীৰ গোজৰণিত স্তব্ধ অসম

ছয় জনগোষ্ঠীৰ গোজৰণিত স্তব্ধ অসম

by News Desk
47 views
A+A-
Reset

ডিজিটেল ৰিপ’ৰ্টঃ ছয় জনগোষ্ঠীৰ প্ৰতিবাদী গোজৰণিত একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে অসম। জনগোষ্ঠীকেইটাৰ জনজাতিকৰণ দাবীত ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই আজি পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। 

ধেমাজিঃ ধেমাজিত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। প্ৰাপ্য দাবীয়ে অচল কৰিছে  ধেমাজিৰ বাট-পথ। বন্ধ হৈ পৰিছে অভয়াপুৰীৰ দোকান পোহাৰ ৷ সম্পুৰ্ন ভাবে বন্ধ হৈ পৰিছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যান-বাহনৰ চলাচল৷ বন্ধৰ সময়ছোৱাত যাতে কোনো অপ্ৰীতিকৰ পৰিস্তিতি নহয় তাৰ বাবে প্ৰশাশনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0