newsnextone.com | নিউজ ডেস্ক: আজি দিনৰ ১১ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ স্মৰণত আয়োজন কৰা হয় এখনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। উক্ত অনুষ্ঠানত উপস্থিক থাকে ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখী,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম মন্ত্ৰীসভাৰ ভালেকেইজন মন্ত্ৰী-বিধায়ক, আৰু বুদ্ধিজীৱি।