22
Feb
2017

মুম্বাইঃ পুনৰবাৰ টুইটাৰত বিৰ্তকৰ সৃষ্টি কৰিলে লেখিকা শোভা দেই। শেহতীয়াকৈ মুম্বাই আৰক্ষীক উপলুঙা কৰি তেওঁ নিজৰ টুইটাৰ একাউণ্টত পোষ্ট কৰে মেদবহুল আৰক্ষী জোৱানৰ ফটো। তাৰ পিছতে দেক প্ৰত্যুত্তৰ দিয়ে আৰক্ষীয়ে। আনকি দায়িত্বশীল নাগৰিকৰ পৰা এনে কাম কামনা নকৰে বুলি আৰক্ষীয়ে দেক কটাক্ষ কৰে।