Home ৰাজ্যদিখৌমুখৰ বিশিষ্ট সমাজকৰ্মী জগন্নাথ গোস্বামীৰ বিয়োগ

দিখৌমুখৰ বিশিষ্ট সমাজকৰ্মী জগন্নাথ গোস্বামীৰ বিয়োগ

by News Desk
52 views
A+A-
Reset

গৌৰীসাগৰঃ আজি পুৱা জয়সাগৰ অসামৰিক চিকিৎসালয়ত শিৱসাগৰ জিলাৰ দিখৌমুখৰ নিবাসী জগন্নাথ গোস্বামীৰ পৰোলকপ্ৰাপ্তি ঘটে৷ সুহৃদয়বান ব্যক্তগৰাকীৰ মৃত্যুক আজি সমগ্ৰ দিখৌমুখত শোকৰ ৰোল উঠে৷ বৃহত্তৰ দিখৌমুখৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত ওতঃপ্রোত ভাৱে জড়িত জগন্নাথ গোস্বামী শনিবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰাত ততাতয়াকৈ জয়সাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল৷

কিন্তু স্বাস্থ্যৰ অধিক অৱনতিৰ বাবে আজি পুৱা চিকিৎসালয়তে গোস্বামীয়ে ৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে৷ দিখৌমুখৰ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানৰ বাটকটীয়া গোস্বামীয়ে দিখৌমুখৰ ৰাস, ভাওনা আদিৰ লগতে বৰহমথুৰি সাংস্কৃতিক চৰ্চা কেন্দ্র, দিখৌমুখৰ দুৰ্গা পূজা, নামঘৰ আদিৰ লগতো প্ৰত্যক্ষ ভাৱে জড়িত আছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0