গভীৰ অৰ্থ সংকটত শোণিতপুৰৰ পঞ্চায়ত-সমবায়

Home ৰাজ্যগভীৰ অৰ্থ সংকটত শোণিতপুৰৰ পঞ্চায়ত-সমবায়

গভীৰ অৰ্থ সংকটত শোণিতপুৰৰ পঞ্চায়ত-সমবায়

by News Desk
53 views
A+A-
Reset

ঢেকীয়াজুলিঃ তীব্ৰ অৰ্থ সংকটত পৰিছে শোণিতপুৰ জিলাৰ পঞ্চায়ত পৰ্যায়ৰ সমবায় সমিতিসমূহ৷ আনহাতে সমবায় সমিতিসমূহক এনেধৰণৰ আৰ্থিক সংকটৰ মাজলৈ ঠেলি দিছে খোদ চৰকাৰেই৷ এই কথা স্পষ্ট হৈ পৰিছে শোণিতপুৰৰ সমবায় সমিতি সমূহৰ সন্থাই যোৱা ৭ আগষ্টত শোণিতপুৰ জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰা এক স্মাৰকপত্ৰ তথা আবেদনত৷

সন্থাৰ সভাপতি আব্দুল মতিন আৰু সম্পাদক তপন শৰ্মা স্বাক্ষৰিত আবেদনখনত কোৱা হৈছে যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ অধিনত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ খাদ্য-সামগ্ৰী সম্পূৰ্ণৰূপে সমাবায় সমিতি সমূহে নিজা খৰছত ভাৰতীয় খাদ্য নিগমৰ ভড়ালৰ পৰা কঢ়িয়াই আনি সমিতিৰ এলেকাধীন সূলভ মূল্যৰ দোকানীৰ জৰিয়তে ৰাইজক যোগান ধৰি আহিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0