73
ডিজিটেল ডেস্কঃ জনপ্ৰিয় গায়ক ছনু নিগমৰ এটি টুইটক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে ছ’চিয়েল মিডিয়া। টুইটত ছনুৱে লিখিছে, ‘মই মুছলমান নহয়। তাৰ পিছতো পুৱাই পুৱাই আজানৰ শব্দত মোৰ টোপনি ভাঙে। ভাৰতত কেতিয়া ধৰ্মক লৈ এনে জোৰ-জবৰদস্তি বন্ধ হ’ব?’ এই টুইটৰ পিছতে তীব্ৰ সমালোচনাৰ সন্মুখীন হয় শিল্পীগৰাকী।
আজানতে সীমাৱদ্ধ নাথাকি মন্দিৰ আৰু গুৰুদ্বাৰত লাউডস্পীকাৰ ব্যৱহাৰতো তীব্ৰ আপত্তি জনায় ছনু নিগমে।