Home ৰাজ্যসৰভোগ মহকুমাৰ অস্তিত্ব বিচাৰি হাহাকাৰ

সৰভোগ মহকুমাৰ অস্তিত্ব বিচাৰি হাহাকাৰ

by News Desk
72 views
A+A-
Reset

সৰভোগঃ মহকুমাৰ সপোন যেন সপোন হৈয়ে ৰল৷ ইখনৰ পাছত সিখন চৰকাৰে যেন বুঢ়া আঙুলি দেখুৱাই আহিছে সৰভোগৰ ৰাইজক৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ ১৪১ গৰাকী মুক্তি যোদ্ধাৰ স্মৃতি বিজড়িত বৰপেটা জিলাৰ বৃহত্তৰ বৰনগৰ অঞ্চলৰ ৰাইজে চৰকাৰৰ চৰম প্ৰতাৰণা বলি হৈ ক্ষোভিত হৈ পৰিছে।

বিগত ৪৪ বছৰে বৰনগৰবাসীয়ে সৰভোগক মহকুমা ঘোষণা কৰাৰ দাবীত সংগ্ৰাম কৰি আহিছে। পুৰ্বৰ কংগ্ৰেছ চৰকাৰে নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত সৰভোগক মহকুমা ঘোষণা কৰিলে যদিও আজিলৈ মহকুমাৰ পূৰ্ণাংগ মৰ্যাদা লাভ নকৰাত হতাশ হৈ পৰিছে বৰনগৰবাসী৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0