Home ৰাজ্যনলবাৰীৰ বিশিষ্ট শিক্ষাবিদ তথা বিদ্যালয় প্ৰতিষ্ঠাপক অবিন চন্দ্ৰ নাথৰ মৃত্যু

নলবাৰীৰ বিশিষ্ট শিক্ষাবিদ তথা বিদ্যালয় প্ৰতিষ্ঠাপক অবিন চন্দ্ৰ নাথৰ মৃত্যু

by News Desk
72 views
A+A-
Reset

নলবাৰীঃ  নলবাৰীৰ পূৱ প্ৰান্তৰ কেন্দুকুছি গাওঁ নিবাসী শিক্ষাবিদ, বনভাগ খাটা দিহজাৰী হাইস্কুলৰ প্ৰতিষ্ঠাপক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সাহিত্যসেৱী অবিন চন্দ্ৰ নাথৰ সোমবাৰে পৰলোকগমন হয়৷ ১৯৩৯ চনৰ ২৫  ডিচেম্বৰত কেন্দুকুছিত  জন্ম গ্ৰহণ কৰা বিশিষ্ট শিক্ষাবিদ গৰাকীৰ মৃত্যুত সমগ্ৰ পূৱ নলবাৰী অঞ্চলটোত শোকৰ ছাঁ পৰে৷

বিভিন্ন সামাজিক  অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত প্ৰয়াত নাথে সাহিত্যৰ জগতখনটো যথেষ্ট অৱদান আছে। যাৰ বাবে তেওঁক অসম সাহিত্য সভাৰ সভাপতি ড০ ধ্ৰুৱজ্যোতি বৰা আৰু প্ৰধান সম্পাদক ড০ পৰমানন্দ ৰাজবংশীয়ে তেওঁৰ গৃহত আহি ওলগনি জনাইছিল৷ মৃত্যুৰ সময়ত শিক্ষাবিদ নাথে পত্নী গিৰিবালা নাথ, দুই পুত্ৰ আৰু তিনি জীয়ৰিক ইহ সংসাৰত এৰি থৈ যায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0