Home ৰাজ্যপ্ৰযুক্তিৰ পয়োভৰে মানৱতা ধ্বংস কৰিলে নে কি! দলঙৰ তলত পিতৃ-মাতৃয়ে পেলাই থৈ আহিল সন্তান

প্ৰযুক্তিৰ পয়োভৰে মানৱতা ধ্বংস কৰিলে নে কি! দলঙৰ তলত পিতৃ-মাতৃয়ে পেলাই থৈ আহিল সন্তান

by News Desk
51 views
A+A-
Reset

newsnextone.com | গোৱালপাৰাঃ যান্ত্ৰিক জীৱনে মানুহৰপৰা মানুহ মৰম-ভালপোৱা কাঢ়ি নিলে নেকি৷ মানুহে ভোগৰ জীৱনত মত্ত হৈ অকণমান কষ্ট কৰি নিজৰ সন্তানক লালন পালন কৰিবলৈ নোৱাৰা হৈছে নে কি৷ জীৱন লাভ কৰাৰ স্বকীয়তাখিনি নাইকিয়া কৰিলে নে কি মানুহে। প্ৰযুক্তিৰ পয়োভৰে মানুহৰ জীৱন উজু কৰিছে থিকেই, কিন্তু মানৱীয়তাৰ কৰ্ষণ ক’ৰবাত নােহোৱা কৰি পেলালে নেকি। সঁচাকৈ মানৱতা হেৰাই গ’ল নেকি সমাজৰ পৰা৷

এনে বহু প্ৰশ্নই উত্থাপন হৈছে অসমত৷ যোৱা কেইবাটাও দিনত সংঘটিত ঘটনাই অসমৰ ৰাইজক এনে কথা সোঁৱৰাই দিছে৷ মঙলবাৰে এখন দলঙৰ তলত  বিশেষভাৱে সক্ষম এটি শিশু উদ্ধাৰ হোৱাৰ ঘটনাই এনে কথাকে সোঁৱৰাই দিয়ে৷ এই অমানৱীয় কাণ্ড সংঘটিত হয় গোৱালপাৰা জিলাৰ ধনুভাঙাত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0