65
newsnextone.com | গুৱাহাটীঃ হোজাইৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱে এইবাৰ ইউডিএফৰ মুৰব্বী আজমল সন্দৰ্ভত বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছে। ২০২৬ চনত ইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হ’ব বুলি মন্তব্য প্ৰকাশ কৰে।
এনআৰচিৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি বিধায়ক শিলাদিত্য দেৱে সংবাদ মাধ্যমত সন্মুখত ভাষ্য প্ৰদান কৰি এনআৰচিত মুছলমান বাংলাদেশীৰ নাম সোমোৱাৰ ফলতেই আজমল মুখ্যমন্ত্ৰী হ’ব বুলি দাবী কৰে।