78
06:12 PM পঞ্চভূতত বিলীন হ’ল শ্ৰীদেৱী৷ বনী কাপুৰে কৰিলে মুখাগ্নী৷ অমিতাভ বচ্চন, শ্বাহৰুখ খান, অনুপম খেৰ, কেটৰিণা কেফ, সোণম কাপুৰ, অৰ্জুন কাপুৰ, অৰ্জুন ৰামপাল সহ কেইবাগৰাকী তাৰকা উপস্থিত থাকে বিলে পাৰ্লে শ্মশানত৷
Last rites ceremony of #Sridevi begins at Vile Parle Seva Samaj Crematorium in Mumbai. pic.twitter.com/BGvnnPhVbm