Home ৰাজ্যএছ কে বি এলত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ আয়োজন

এছ কে বি এলত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ আয়োজন

by News Desk
85 views
A+A-
Reset

নগাঁওঃ নগাঁৱৰ বেবেজীয়াৰ পাৰ্শ্বৱৰ্তী এছ কে বি এলত বিগত বৰ্ষৰ দৰে এইবেলিও অহা ২৯ ছেপ্টেম্বৰৰ পৰা চাৰিদিনীয়া বিস্তৃত কাৰ্য ক্ৰমণিকাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ দিহা কৰা হৈছে৷ এই মৰ্মে দীন বৰুৱাক সভাপতি, সঞ্জীৱ কুমাৰ দেউৰীক কাৰ্যকৰী সভাপতি আৰু লক্ষ্যধৰ মেধীক সম্পাদক হিচাপে লৈ ইতিমধ্যে এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে৷

প্ৰকাশিত কাৰ্যসূচী অনুসৰি ২৯ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজাৰ পৰা আসন প্ৰতিষ্ঠা, নাম-প্ৰসংগ আৰু গন্ধৰ্ব বাদন পৰিবেশন কৰা হ’ব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0