আজি ষষ্ঠীৰ বেদীত দুৰ্গাক প্ৰতিষ্ঠা কৰি নলবাৰীতো শাৰদীয় দুৰ্গোৎসৱ

Home ৰাজ্যআজি ষষ্ঠীৰ বেদীত দুৰ্গাক প্ৰতিষ্ঠা কৰি নলবাৰীতো শাৰদীয় দুৰ্গোৎসৱ

আজি ষষ্ঠীৰ বেদীত দুৰ্গাক প্ৰতিষ্ঠা কৰি নলবাৰীতো শাৰদীয় দুৰ্গোৎসৱ

by News Desk
60 views
A+A-
Reset

নলবাৰীঃ সৃষ্টিৰ এক অনুপম সময় শৰতকাল। এই শৰতকালতে দুৰ্গা পূজাৰ পৰিৱেশে উদুলি মুদুলি কৰে সকলো প্ৰান্তৰ পৰিবেশ। আজি সন্ধিয়া ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাক প্ৰতিষ্ঠা কৰা লগে লগেই আৰম্ভ হয় পাঁচদিনীয়া শাৰদীয় দুৰ্গোৎসৱ। এইবাৰ দেৱী নাৱেৰে ধৰালৈ নামি আহিছে আৰু পূজা গ্ৰহণৰ পিছত উভতি যাব ঘোঁৰাত।

লোকবিশ্বাস মতে দেৱী নাৱেৰে আহিলে পৃথিৱীত জল আৰু শস‍্য বৃদ্ধি পায় আৰু দেৱী ঘোঁৰাত ঘূৰি যোৱা গমনে দেশত যুদ্ধ-বিগ্ৰহ মাৰি-মৰক বৃদ্ধি পায়। আজিৰ পৰা আৰম্ভ হোৱা ৫ দিনীয়া দুৰ্গোৎসৱৰ এইবাৰ নলবাৰী চহৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চল সামৰি প্ৰায় ৭০ টা স্থানত পূজা আয়োজন কৰা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0